পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিলাকৰ ওচৰত লিখোঁতা চিৰকৃতজ্ঞ থাকিল।

 শেহত কওঁ যে অশেষ চেষ্টা কৰাতো পুথি খনিত ভালে খিনি ভুল থাকি গ'ল। পাঠক পাঠিকা সকলৰ অনুগ্ৰহত পুথি খনিয়ে যদি কেতিয়াবা দ্বিতীয় তাঙ্গৰণ দেখিবলৈ পায় সেই ভুল বিলাক শুধৰাবলৈ ইচ্ছা থাকিল। সম্প্ৰতি অসহনীয় কেইটামানৰ এখন শুধৰণী পত্ৰ দিয়া গ'ল। পুথি খনি পঢ়়াৰ আগতে যেন মৰমীয়াল পাঠক পাঠিকা সকলে সেই ভুল বিলাক শুধৰাই লয়। ইতি

১ অক্টোবৰ ১৯১৩    শ্ৰীহিতেশ্বৰ বৰবৰুৱা।
যোৰহাট।