পৃষ্ঠা:তাৰা.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৩৮
৩৮
তাৰা

২৮ তাৰ আৰু বিৰক্ত নকৰিবা। মই তোমাহ কেতিয়াও বিয়া নোসোমাওঁ, কাৰণ পালিতেই মোৰ পতি। তেওঁৰ লগত মোৰ গন্ধৰ্ব বিবাহ হৈ গৈছে। ২য় - গন্ধৰ্ব্ব বিবাহ! সি আগৰ দিনৰ কথা। আজিকালি তাৰ প্ৰচলন নাই। এতিয়াও সময় আছে, মোক বিয়া কৰাই তোমাৰ বুঢ়া পিতাৰক সন্তুষ্ট কৰা। কিয় পিতাৰ অবাধ্য হোৱা? পালিত তোমাৰ বোগ্য নহয়। সি ভিকই ভোমাৰ পিৰৰ অন্নদাস, জানাইচোন। তাৰ, জন্ম, তাৰ বাপেৰু মৰাৰ-পাহহ.। যাৰ বাপেকৰেই ঠিক নাই, সি জানো তোমাৰ উপযুক্ত? সি জানো জয়পুৰৰ ৰাজসিংহাসনৰ উপযুক্ত? তাৰ-পিশাচ! দূৰ হৈ যা। এনে কথা যদি আৰু কৱ, তেনেহলে তোৰ সেই কথা কোৱা মুখত মই বাওঁ ভৰিৰে লয়াম। তেওঁ স্বৰগৰ দেৱতা, তই নৰকৰ কটি। তোৰ কি বংশ মৰ্য্যদা! তেওঁৰ বাওঁ ভৰিৰ নখে। মোৰ মনত শত শত ৰঘুপতিতকৈ শ্ৰেষ্ঠ। তোৰ দৰে [ চনৰ প্ৰবেশ।] কি চন্দন? ঘু- বাওঁ ভৰিৰ নখ! ইমান অপমান? চন্দন-আইদেউ, কি হৈছে? কিয় এনে খং কৰিছে? তাৰা—চন্দন, এই জবাৰ্গটোৱে মোক বৰ বিৰক্ত কৰিব লাগিছে। তই মোৰ লিগিৰীহতক মোৰ হাৰডাল ভালকৈ বিচাৰিবলৈ দে গৈ। কত হেৰুৱালে,, একা কব নোবাৰে॥ ৰাতিও সেইডালি মোৰ ডিঙিত আছিল। পুৱাও দেখে দেখে। যাবৰ সময়ত কে সেই ডালি পানিতে মোৰ মনত পৰে, যেন মনত পৰে। দিছিল।