পৃষ্ঠা:তাৰা.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৩৭
৩৭
তাৰা

তাৰ ২৭ লিগি--অ বুজিছো, বুজিছে, নহলেনে ইমান পুৱাই লোকৰ দুৱাৰ মুখত পহৰা দি থাকেনে? কিয়ব। মাতিছিল? ৰগৃ----তাৰা উঠিছেনে? তেওঁৰ জগত যদি সাক্ষাৎ কৰাব পাৰ; ( হাতত টকা ও জি দিয়ে) আৰু দিম। লিণি—কি মোহৰ! দেউতা, মোক হলে তেনেকুৱা নাভাবিব। সোৱ আইদেউ এই ফাললৈকে আহিব লাগিছে। [ প্ৰস্থান। তাৰাৰ প্ৰবেশ।] ৰ-ৰাতিপুৱাৰে পৰা ইমান সময় তোমালৈ বাট চাই বহি আছে। তাৰ--এইখিনি সময় ইয়াত এনেকৈ বহি নকটাই আন সংকামত ব্যয় কৰিব পাৰিলেহেতেন। -কিন্তু মই হলে তোমাক বৰ ভাল পাওঁ। তাৰ-কিন্তু মই হলে তেমকি কোনোমতে ভাল পাব নোৱাৰে। ৰাই কোনো উত্তৰ নহয়। তাৰঃ-~-তেনেহলে মোৰ আৰু কোনো উত্তৰ নাই। ৰঘুপতি, তোমাক কাবৌ কৰিছো, মোক বিৰক্ত নকৰিবা। তোমাৰ নিচিনা জনা শুনা মানুহৰ পক্ষে এনে কাম উপযুক্ত নহৰ। --বলিয়াক বলিয়ালি বুজাই দিয়া জ্ঞানীৰ কাম। তাৰ-মুখবোৰ জানো বলিয়া নহয়? ঘু--কি! তুমি মোক গালি পাৰিলা? তাৰা-হয় পাৰিলে॥ পাগলীৰ সকলোকে গালি পাৰিবলৈ অধিকাৰ আছে। শুনা ৰঘু, তুমিও মোক আমনি নকৰিব; মই ও মোৰ বলিয়ালি এৰি দিম। শেষ কথা কওঁ শুনা, মই তোমাক ভাল নাপাওঁ, আৰু পাবও নোৱাৰে। মানুহে যিদৰে মৰাশ এটাক ঘিণ কৰে মইও তোমাক সেইদৰে ঘিণ কৰে। মোক 1 ৩