পৃষ্ঠা:ডৰিয়লি.pdf/৫২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অনুভূতি’ত পঢ়াৰ পাছতে গল্প এটা লিখাৰ কথা ভাবিছিলোঁ। কিন্তু এহাতে বন্দুক আৰু আনহাতত কবিতা লৈ ফুৰা সূক্ষ্ম অনুভূতিসম্পন্ন মানুহ এজনৰ বিষয়ে অনেক কথাইতো কল্পনা কৰি ল’ব পাৰি। সেয়ে গল্প নহৈ ‘ডঁৰিয়লি’ উপন্যাস হ’ল। উক্ত ঘটনাটোৰ বাদে বাকী সকলো চৰিত্ৰ আৰু ঘটনা কাল্পনিক। মেগন কছাৰীৰ লগতো উপন্যাসৰ বাকী অংশৰ একো সম্পৰ্ক নাই। — লেখক)