পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৭৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


জ্ঞান-মালিনী বিচকু নলগালে, | নমনিবা কোনাে ফালে, জমিলেও পথিবীৰ সৰু বস্তু বােৰ; তাতে পকিতি লৰি, নিতে খকাখুন্দা কৰি, এৰিবই নােৱাৰিবা জ’হালৰ খােৰ! | (চ) সেই ওন্দোলােৱা গাল, নিকা শিতলীয়া ছাল, বঢ়াকালে কৰিবহি সােটো-সােটোৰ; নিৰুগীয়া শৰীৰত নিতে হ’ব সি কালত, -আজি জৰ, কালি খৰ, কত কি যে কোৰ! | হাঁহি-মিচিকনি-মৰা, টান-বস্তু-গুৰি-কৰা দালিমৰ গুটি হেন দুয়াে পাৰি দাঁত ; সিও ক্রমে সৰিগই সােলালাপুঙীয়া হই, | কে’ৰা ভাগি নফটিব এষাৰিকো মাত! (জ)। যেই বুকু খনি চাই, ফুৰাঁ আজি ফিন্দুৱাই, | লেখিব যে পৰা হ'ব তাৰৰ কামী-হাড়, দিনে দিনে পমিগই, জাকাটিহে ৰ'বাগই, সহিবই নােৱাৰিবা দেহাটিৰে ভাৰ। (ঝ) লােহােৰা লােহাৰ হাত, এনে শক্তি আছে যাত ক্ষণে বধিবলৈ পাৰে কত হাতী গৰ; তাৰৰ এনে হব গতি, বল নামে একো ৰতি নেথাকিব, আন, কি যে মাখি খেদাবৰ।