এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ২৫ ]
ওচৰত দুই হাত লি কুশল বিচাৰিম আৰু, ইয়াকে জনাম যে হে দয়াময়! অসম,
আইৰ এনে বিলাইৰ সময়তো ‘আপুনি এনে সকল পোন-পটি পো দান কৰি
অসমীয়াৰ চৌধ পুৰুষক উদ্ধাৰ কৰিবলৈ দিহা কৰিছে। ’ এতিয়া মেলানিহে
মাগিলোঁ আৰু,⸺
১৬ আঘোন। |
মফিজ্উদ্দিন আহমদ্ হাজৰিকা ৰাইজৰ ভৰি-ধূলা |
⸻⸻