পৃষ্ঠা:জ্ঞান-মালা.djvu/৩৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
জ্ঞানমালা।

পাইছোঁ। এনে সুখ আৰু কেতিয়াবা পোৱা যেন মোৰ মনত নপৰে।” পিতাকে উত্তৰ দিলে “বাপা, সজ কাম কৰি মনত যি বিমল আনন্দ পোৱা যায় তেনে আনন্দ আৰু একোৱে দিব নোৱাৰে। এতেকে সজ কাম কৰি বৰ সুবিধা পালে তাক কেতিয়াও এৰি নিদিবা।”