এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
জ্ঞানমালা।
বুকৰ পোৱালিটি অমাৰ বুকুতে থৈ যোৱা।” এই দৃশ্যই ৰামৰ মন মৰমত একেবাৰে পমাই পেলালে। পিতাকৰ কথা মতে পোৱালিটি বাহত তুলি দিলে গৈ। মাক বাপেকে হালে হেৰুৱাবলৈ ধৰা বুকৰ ধনক আকৌ পাই
![জ্ঞান-মালা (page 37 crop).jpg](http://upload.wikimedia.org/wikipedia/commons/thumb/e/e0/%E0%A6%9C%E0%A7%8D%E0%A6%9E%E0%A6%BE%E0%A6%A8-%E0%A6%AE%E0%A6%BE%E0%A6%B2%E0%A6%BE_%28page_37_crop%29.jpg/300px-%E0%A6%9C%E0%A7%8D%E0%A6%9E%E0%A6%BE%E0%A6%A8-%E0%A6%AE%E0%A6%BE%E0%A6%B2%E0%A6%BE_%28page_37_crop%29.jpg)
যিদৰে আনন্দ প্ৰকাশ কৰিবলৈ ধৰিলে সেই আনন্দ চায় কোনে? সিহঁতৰ ইমান আনন্দ দেখা পাই ৰামৰ চকু চকুৰ লোৰে ভৰি গল আৰু পিতাকলৈ চাই কলে “দেউতা, আজি এই কামটো কৰি মই মনত যেনে সুখ