পৃষ্ঠা:জীবস্তূতি.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ২৬ ) বিষ্টা মুত্ৰ ৰক্ত মাংসে। লিপ্ত হুয়া শৰীৰত | পৃথিবীত পৰি তেতিক্ষণে। গৰ্ভৰ যতেক জ্ঞান সকলো গুছিল তাৰ, মৃচ্ছ। হুয়া থাকে অচেতনে। নমো নমো দেব হৰি এহিতো উৎসব কৰি আছিলোহে মাতৃৰ গৰ্ভত। তৈৰ পৰা বাজ ছৈলে। তোমাৰ মায়ায়ে পায় | চুৰ্ত্তি বুদ্ধি মোৰ ভৈলা হত। মই মহা দুখীজন হে প্ৰভু নাৰায়ণ সাধু সঙ্গ দিয়ে। কৃপা কৰি। যত সমজাৰ লোক ৰাম ৰাম বুলিয়োক অনন্দে চলিয়ে বিষ্ণু পুৰী। দ।। কপিল বদতি শুনা দেবহুতি আই। ময়ো নেজানিলে। এহি জীৱৰ বিলাই। চূৰ্ত্তি হত হয়। পৃথিবীত পৰি ৰয়। শুনক লাগিয়া পাছে ক্ৰন কৰয়।