পৃষ্ঠা:জীবস্তূতি.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেন যদি বোলা শুনা ইহাৰ উত্তৰ দেও', হে প্ৰাণ নাথ যদুৰাজ। যাহাৰ মায়ায়ে জীৱে স্বৰূপক পাসৰিয়া, পৰিলে সংসাৰ পন্থ মাঝ। ত্ৰিগুণ নিৰ্মিত কৰ্ম্ম | নিৰন্তৰে বহু আছে, | বিটো ঘোৰ সংসাৰ পথত। হেনয় পথত আমি। | দুখে চিৰকাল ভ্ৰমে, | চুক্তি বুদ্ধি ভৈল মোৰ হত। আমাৰ দুখিত জীৱ তযু অনুগ্ৰহ বিনে, হে প্ৰাণ ভূ নাৰায়ণ। নাপাও বিচাৰি মই। কোন যুগুতিত থাকি, পুনু হৈবো স্বৰূপ লন্ডন। যিব স্বৰূপ লভি | অনুবৰ্তী থাকে। ময়, তিনি তাপে সদায়ে দহয়। ইটো তাপ নিবৰ্তন অৰ্থে প্ৰভূ নাৰায়ণ, | ভজো অযু চৰণ হৃদয়। তুমি সে দিবাক পাৰ | স্থাবৰ জঙ্গম আছে, অন্তৰ্যামী ৰূপে শুদ্ধ হুই।। হে কৃষ্ণ দেব মোৰ কৰিয়ে উদ্ধাৰ বাপ, অল্প দৃষ্টি কৰা যায়।