পৃষ্ঠা:জীবস্তূতি.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪ ) পৰ্বত সমান বিছাগণ আছে, পঞ্চম সাত বৰণ। ফ্ৰোধে টানি টানি তাঙ্ক চোবায়, | দুই লভে চেতন। বড়ছ। খাণ্ডা ধৰি কাটে হাত ভৰি, মাৰে হাতী গৰকাই। যমৰ পুৰত আপোনাৰ পাপ, ভূঞ্জন এৰণ নাই। পৰ্বত ওপৰে কতো বেলি নিয়া, | তৈৰ পৰা পেলায়। জলৰ ভিতৰে | ডুবুয়াই প’য় গত কতো পোটয়। মিশ্ৰ ৰৌৰব | অন্ধতা মিশ্ৰক, আদি যত যাতনাক। নাৰীয়ে পুৰুষে। | সবেও ভুয়, নাহিকে এৰণ তাক। নাৰীয়ে পুৰুষে একে লগে যদি, পাতেকক আচৰয়। তেবে দুয়ে। জনে একে লগে ভুঞ্জে, আপোনাৰ পাপচয়