আশীর্বাদ গ্রহণ করি এতিয়ারে পৰা শিক্ষা, কর্ম ক্ষেত্ৰত কৃষিত ব্যৱসা বাণিজ্যত নিস আদি কৰ্ম্মত বেনে বাঢ়ৈ কমার ইত্যাদিত, নিকা পৰিষ্কাৰ খাকি স্বাস্থসন্ধিয় নিয়ম বিলাক পালন কৰি স্বাস্থ্য লাভ, সমবেত চেষ্টার ভাল পানী টোপা খাই মােটা ভাতে মােটা কাপােৰেই ভাল পানী এটুপিরে সৈতে কৰ্ম্মত লাগক! সেই দরে অমার ছুতীয়া গরু সকলেও পূর্বাপর ৰীতি অনুসরি ৰন্ধা বঢ়াৰ উপৰিও বােৱাকটা আগতকৈ বেচিকৈ করিব ধরক। লাহ বিলাই অতরাই সকলোৱে শরত ভক্তি ৰাৰি ধৰ্ম্মত মতি ৰাখি নীতির পথত চলি, একতাক মুলমন্ত্র রূপে ধরি সকলােৱে কৰ্ম্ম কৰক। সিদিনাখন অলপতে রেলত এজন মান্য গন্য মৌজাদাৰে সৈতে কথা এটার আলােচনা হৈছিল। মৌজাদারে কলে, ডাকৰীয়া এটা কথা মন করিছেনে। এতিয়ালৈকে ভগৱন্ত পুরুষৰ কৃপাত কোনাে অসমীয়া মানুহে রেলর বা বাথানত বা কয়লার খনিত কাম কাজ করা নাই । মই কলে। কিয় কব পারেনে, মৌজাদার ডাঙ্গরীয়াই কলে আমাৰ ৰায়তৰ এতিয়াও অভাৱ হোৱা নাই। মই কলাে হয়, সেইটো সচা। ঈশ্বরে পাকরিছে এই কারনে যে এতিয়ালৈকে আমার স্ত্রী জাতিটোৱে মাতৃ জাতিটোৱে বােৱা কটা এরা নাই, সেই কারণেহে এতিয়াও অসমীয়া মানুহ এইবিলাক কামলৈ ওলােৱা
পৃষ্ঠা:ছুটিয়া বুৰঞ্জী.djvu/৫৩
অৱয়ব