পৃষ্ঠা:ছুটিয়া বুৰঞ্জী.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(২৬ ) ৰায় চাহাব শ্ৰীযুত আনন্দচন্দ্ৰ অগ্ৰৱল! দেৱৰ ইংৰ জী পুথিখনে দৃঢ়কৰি ৰাখিছিল। আমি জানি থৈছিলো যে ভীস্মক আগ্ৰৱালা দেৱৰ মতে উত্তৰ পূব কোনৰ পৰা অহা সেই অয' সকলেৰে এজন ক্ষত্ৰিয় ৰজা আছিল। তেওঁৰ বাজতে অৰ্থাৎ দিয়া অঞ্চলত একালত শুদ্ধ সাত্বিক ব্ৰহ্মানাে অছিল বি সকলৰ এজাক অৰ্থাৎ বেদ নিধিক ৰূক্মিণী অইদেৱে প্ৰভু কৃষ্ণৰ ওচৰলৈ পঠাইছিল। কিন্তু এতিয়া বদয়াত অব বন্ধু শ্ৰীযুক্ত কমলা কান্ত হাজৰিকাৰ শুধৰনী অৰূ মনস সৰােবৰ " নামৰ প্ৰবন্ধৰ পৰ? জনিলাে বে এদি। মহাভাৰতৰ ভীস্মকৰ দেশ হয়। হলে অন কোনো ভীস্মকৱহে দেশ কিন্তু চুতীৰ। সকল হলে কাশ্যপ গোত্ৰীয় ক্ষত্ৰিয়। অছল ভয় কৰ দেশ খান হেনো বিন্ধা পৰ্কতৰ দক্ষিনেহে অছিল অৰূ তুমি হেনে। আন 2টিৰ ঘটনা এটা অথত পিন্ধা পৰ্নতৰ দক্ষিনৰ দেশ খনিক জেব কৰি টানি আমি শদিয়াত থাপি সত্যৰ অপলাপ কৰি দুৰ্বলতাৰ হে পৰিচয় দিছে। হাজৰীকাৰ মতে শদিয়া ভীস্মকৰ দেশ নহয় তেন্তে তেওঁবিলাক কোন জনা ভীস্মকৰ বংশৰ আৰা তেওঁবিলাকৰ পৰা আহিল কেনেকৈ ক্ষত্ৰিয় হল এই বিষয়ে আমাক সবিশেষ বিবৰন দিব বুলি "আজিলৈকে বাত ছাই ত্যাছে। * দিয়াই মহাভাৰতৰ