পৃষ্ঠা:ছুটিয়া বুৰঞ্জী.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যদিও মদ মই ব্যৱহাৰ কৰে, তথাপি আহোমৰ লগ নালাগিল। পৰাজয় কৰি উঠাৰ পিছত আহোম ৰজাই ছুতীয়। সকলক প্ৰধান দুই শেী ই বি কবি ৰ ঘৰীস। <িষ শত নিযুক্ত কৰিছিল। প্ৰধান দুই শ্ৰেণী হৈছিল, চমুৱ। আৰু কড়ি। চমুৱ। সকলক এইবিল ক যি ৩ ৰাখিছি।।। '। খনিকৰ অৰ্গ | শিল্প নিদ। ত ,।। ২। নোলা কাশবী। জল দেব কান + স গত শস্ত্ৰ লৈ যােৱা ৰঙ্গাৰ শৰি ৰক্ষক সকল। ৩) ধাধৰা। ৪। কুকুৰ চোৱা। ৫| নাও বৈছা। ৬৷ ভয়।। ৭। ঝাপি মজিয়া। ৯৷ সেন চোৱা। | ক৬ি সকলৰ নাম তেবিলাকৰ থকা ঠাই হৈছিল। বেনে তিপমীয়া, বাইসৰীয়া, লাল, গপুৰীয়া, অভয়পূৰীয়া, বৰ কৰি শায়ক, সৰু কছাৰি শায়ক, নামদৈীয়া, ওপৰ দৈয়ঙ্গীয়া। দেউৰী সকলৰৰ চাৰি খেল হৈছিল। তেওঁ লোকৰ থকা ঠাই আৰু 'আৰাধ্য দেৱ তাৰ নাম অনুসৰি