পৃষ্ঠা:ছুটিয়া বুৰঞ্জী.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ইতৰ পৰ সােশৰ বিড়ালীষ্টে আমেৰ হাতত পৰাত

  • ভূয়া ৰজাৰ হীন হৈ আহোমৰ হাতত পৰস্ত

ইং। দৰং ৰজাৰ বংশাৱলীত এই দৰে পা আছে।

পূৰ্বে ছুতীয়া ৰা আছিল।
অক্ষ্ময়ে অসম দুম কৰিয়া মাৰিল।
ফিতে মৰুিল তাৰ অনিও কাহিনি।
বলে নপৰিৰাগী ৰা মনে গুনি।৩৬৪
ৰজাৰ কাক বিৰাইল মিত্ৰ কৰি।
ৰাজাম্নে দিন কন্যা তাহাৰ সাদাৰ।
এক দিন কাত পুচ স্বগীদেৰ।
তােমাৰ পিতক বলে নপাৱস্ত কে।৩৬৫
কিবা হেত্নপাৱে কহিয়ে। প্ৰাণেশ্বৰী।
হেন শুনি কন্যা বাক্য বুলিলা সাদবি।
আমাৰ পিতৰ ঘৰে আছে এক জন্তু।
সেশৰ বিড়ালী তাৰ শুনিয়ােক হে৩৬৬
তাকে পূজা কৰি যদি ৰণক চলয়।
কাৱশ্যেকে সিটো ৰণ নৃপতি জিনয়॥
হেন গুণ অসম বজায়ে বুলিলন্ত।
মেক প্ৰতি স্নেহ তযু কতেক আছন্ত। ৩৬৭
কিবা মােত দয়া কিবা শশুৰ চাৰ।
স্মাট কা প্ৰানেশ্বৰী আগত আমাৰ।
কন্যা কােলে তুমি তাৰ সমস্ততে কৰি।