পৃষ্ঠা:ছুটিয়া বুৰঞ্জী.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঠোযাত ধঙ্গে তৎক্ষনাৎ কাৈ টাই কমতাপুৰ আক্ৰমন কৰিবলৈ গ'ল। তেওঁ তেওৰ আগে আগে এট। অলি তৈয়াৰ কৰি গৈছিল, সেই অ'লিৰ দাতিৰে দাতিয়ে ঠায়ে ঠায়ে দুৰ্গও সাজি গইছিল। কমতেশ্ববে তেওঁৰ আশ্চৰ্য ক্ষমতা আৰু বল ক্ৰিমৰ সম্বাদ পাই যুজ নধবি ভযতে তেওঁৰ সৰ্ব্ব সুন্দৰ জীয়েক এজনী দিলে। ৰত্নধজে পুতেকৰ নিমিত্তে এই জবাবীজী আৰু কমতেশ্বৰ সুম ৪ৰ্থনা গ্ৰহন কৰি জব পবা ক্ষ। হল। এই যুদ্ধ যাতে ৰঃধ জ গোবৰ • জৰ লগত কিছু দিন থাকি তেওঁৰে সৈতে সখি পাতিল। তেওঁ জি বজালৈ লতিব যত তেওঁ , এ এজনক শিক্ষাৰ্থে গৌবেখবৰ তাত থৈ আহিল। গে: শ্বৰ আক বধজৰ ভি ত ৰ ত এনেকু। মিতা হৈছিল যে গে বেশ্বৰে ৰধজলৈ মাজে মাজে তং। কলহত গঙ্গাজল ঠাইছিল আৰু ধজেও কলহেলইে গৌৰেশ্বৰলৈ পৰশুৰাম কুওৰ পানী পঠাই আছিল। দৈবব দৰ্বিপাকত গৌৰেশ্বৰ তাতে চুতিয়া ৰাজকুমাৰ বেমাৰত পৰি পৰলোক প্ৰাপ্ত হল। গোৰেশ্বৰে মা ব শটো বাপেকলৈ পঠাই দিলে। সেই সময়ত ৰত্ন জে এখান নতুন নগৰ নিৰ্মাণ কৰাত লাগি আছিল। সেই নতুন নগৰত পুতেকৰ *ৱটো পাই পুতেকৰ স্মৃতিৰ অৰ্থে নগবনৰ নাম থলে *দিয়া। এতে