পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
( ৭৭ )
 বিপ্ৰ।  যশোদায়ে নন্দে কৃষ্ণক আশ্বাস কৰিছা।  ৰোহিনী।  বলভদ্ৰে কৃষ্ণক আশ্বাস কৰিছা।  

থিয় দি আছে। বলভদ্ৰই কৃষ্ণক হাতে-গলে ধৰাধৰি কৰি পৰস্পৰে স্নেহালিঙ্গন কৰিছে।

 

 যশোদাৰাণীৰ আনন্দ আৰু নন্দ-ৰোহিণীৰ আশীৰ্ব্বাদ:— তাৰ পাছত যশোদাৰাণীয়ে অতি সন্তোষ লাভ কৰি কৃষ্ণক কোলাত লৈ সাৱটি ধৰিলে। কৃষ্ণয়ো মাকৰ ফালে মুখ ঘূৰাই যশোদাৰ গলত সাৱট মাৰি ধৰিলে। এফালে নন্দ আৰু আন ফালে ৰোহিণীয়ে আনন্দত হাত দাঙি যেন আশীৰ্বাদ দিছে। ৰোহিণীৰ পিছৰ ফালে গোপী আৰু নন্দৰ পিছৰ ফালে বলৰাম, শ্ৰীদাম,

हैं। बन्लभद्र कृष्णसे गले लगकर परस्पर सेहालङ्गन कर रहे हैं।

 
 यशोदाका प्रेम और नन्द रोहिणी का आशीर्वाद : उसके बाद यशोदा राणीने अत्यंत संतोष पाकर कृष्णको गोदमें लेकर प्यार किया, कृष्णने भी माँकी ओर मुँह मोड़कर यशोदाके गलेमें गलबांही डालदी। एक ओर नन्द और दूसरी ओर रोहिणी आनन्दसे हाथ उठाकर मानो आशीर्वाद दे रही हैं। रोहिणीके पीछे गोपी और नन्दके पीछे बलराम, श्रीदाम, सुदाम आदि