পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৭৬ )
গৰুড় পালটি আসিলা।  কালীয় হ্ৰদে বুড় দিলা।  ৰাজা পৰীক্ষিত।  শুকদেৱ।  

গৰুড়ে মুনি সৌভৰিৰ শাপলৈ ভয় কৰি কালীয়ক এবি উভতি আহিল।

 

 কালীয় দমনৰ পাছত কৃষ্ণৰ আনন্দঃ—কৃষ্ণই কালীয়ক সেইদৰে দমন কৰি হাঁহিমুখে ঘৰলৈ উভতি আহিল। কৃষ্ণক অহা দেখি এফালে যশোদা আৰু আনফালে ৰজা নন্দই এখন হাতেৰে কৃষ্ণৰ হাতত ধৰি আনখন হাতেৰে গলত সাৱট মাৰি স্নেহালিঙ্গন কৰিছে। ওচৰতে এজন৷ ব্ৰাহ্মণ থিয় দি হাত তুলি আশীৰ্ব্বাদ দিছে। নন্দৰ পিছৰফালে ৰোহিণীয়ে ৰং মনে

घुस गया। गरुड़ मुनि सौभरिके अभिशापके डरसे कालीयको छोड़कर लौट आया।

 
 कालीय दमनसे कृष्णका आनन्दित होना : कृष्ण उसी तरह कालोयका दमन करके हँसमुँहसे घर लौट आया। कृष्णको आते देखकर एक ओर यशोदा और दूसरी ओर राजा नन्द एक हाथसे कृष्ण के हाथ पकड़कर दूसरे हाथको गले में डालकर स्नेहसे आलिंगन कर रहे हैं। पासही एक ब्राह्मण हाथ उठाकर आशीर्वाद दे रहा है। नन्दके पीछे रोहिणी आनन्द मनसे खड़ी