পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৭৪ )
কালিয়ে গৰুড়ে যুদ্ধ কৰিছা।  

গৰুড়ৰ যুদ্ধ হ’ল; গৰুড়ে কালীয়ক নখপুতি ধৰিলে, কালীয়য়ো গৰুড়ক লেজেৰে মেৰাই ধৰি মুখত ডকিবলৈ চেষ্টা কৰিলে।

हमला किया। कालीय और गरूड़की लड़ाई हुई; गरूड़ने कालीयको नखोंसे नोच लिया। कालीयने भी गरूड़को पुँछमें लपेटकर मुँहसें डँक मारनेकी चेष्टा की।