পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৭৫ )
গৰুড়ে কালীয়ক খেদি আহিছা।  

 কালীয়ৰ যমুনা হ্ৰদত আশ্ৰয়ঃ— গৰুড়ে কালীয়ক খেদা দেখি নিতান্ত নিৰুপায় হৈ যমুনা হ্ৰদত সোমাল গৈ।

 कालीयका यमुनामें आश्रय लेना : जब गरुड़ने कालीयको खदेड़ा तो लाचार होकर कालीय यमुनाके ह्रदमें