পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৫৮ )
বলভদ্ৰে ধেনুকাসুৰক মাৰিছা। গোপসবে তালফল ভোজন কৰিছা। কৃষ্ণ ধেনুকাসুৰৰ জ্ঞাতিক বধ কৰিছা।  

 বলভদ্ৰ তাতে অতি ৰুষ্ট হৈ ধেনুকাসুৰৰ পাছ ঠেং দুখন জপাই ধৰি ওপৰলৈ তুলি ঘূৰাওঁতে সি মৰিল; তেতিয়া তেওঁ তাক তাল গছৰ গালৈ মাৰি পঠালে। ধেনুকক এইদৰে মাৰা দেখি তাৰ জ্ঞাতিবিলাক খেদি আহিল। কৃষ্ণ-বলৰামে সিহঁতকো পাছ ঠেঙত ধৰি ওপৰলৈ তুলি তাল গছলৈ দলি মাৰিব ধৰিলে। তালগছত পৰি ধেনুকৰ জ্ঞাতিবোৰ মৰিব ধৰিলে আৰু গছবোৰ জোঁকাৰ খোৱাত বহুত তাল সৰি পৰিল। তাকে দেখি দেৱতাবিলাকে পএশংসা কৰিবলৈ ধৰিলে, গন্ধৰ্ববিলাকে নৃত্য কৰিবলৈ

 बलभद्र इससे अत्यंत क्रुद होकर धघेनुकासुरके पीछेके दोनों पैरोंको साथ मिलाकर पकड़कर ऊपर उठा घुमाकर पृथ्वीपर दे मारा और रामने उसको ताड़के पेड़पर फेक दिया। धेनुककों इस तरह मारते देखकर उसके रिशतेदारगण दौड़कर आये। कृष्ण बलराम उन्हें भी पकड़कर ऊपर उठाकर ताड़के पेड़पर फेंकने लगे। ताड़के पेड़पर गिरकर धेनुकके रिशतंदारगण मरने लगे और पेड़ोंमें धक्का लगनेके कारण हिलनसे बहुतसे ताड़ गिर पड़े। इसे देखकर देवतागण स्तुति करने लगे, गंधर्वगण नाचने लगे।