পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মুখবন্ধ

 আমি দেখা বস্তুবোৰৰ ভিতৰত যিবোৰ বেছি মনতখোৱা, সেইবোৰ স্বাভাবিকেই মনত থাকে। আমি ভালপোৱা বস্তুবোৰ বন্ধু-বান্ধৱক বুজাবলৈ নানা বৰ্ণনা দিওঁ আৰু কেতিয়াবা মাটিত বা পাতত আঁকিও দেখুৱাওঁ। আদিম কালত মানুহে বনৰীয়া পশু-পক্ষী, গছ-লতা আৰু নিজৰ প্ৰেমিক-প্ৰেমিকা, শত্ৰু-মিত্ৰ আদিৰো চিন ৰাখিবলৈ চিত্ৰ অঙ্কন বা মূৰ্ত্তি নিৰ্ম্মাণ কৰিছিল।
 কিছুমানে কয়—মাতৃজাতিকেই প্ৰথম চিত্ৰকৰ বুলি। প্ৰস্তৰ-যুগত যেতিয়া মানুহে চিকাৰ কৰি খাইছিল, সেই সময়ত গুহাত থকা আইসকলে শৰৰ তূণত চৰাই, পশু আদিৰ চিত্ৰ খোদিত কৰিছিল। বয়ন-শিল্পত যেতিয়া আইসকলে পোনতে হাত দিয়ে, সেই সময়তো তেখেতসকলে কাপোৰত নানা ফুল বাছিবলৈ আৰম্ভ কৰিছিল। শিল সমান কৰি চিত্ৰ অঙ্কন কৰা কাৰ্য্যতো আইসকলে পুৰুষৰ লগত হাত নিদি নাথাকিছিল হেনো। আজিলৈকে আমাৰ ভাৰতৰ কিছুমান ঠাইৰ আইসকলে ঘৰৰ বেৰত নানা চিত্ৰ অঁকা, মাটিৰ সাজত নানা চিত্ৰ অঙ্কন কৰা, কন্যাক অলঙ্কাৰ পিন্ধাওঁতে মণ্ডল আঁক, বৰ-বৰণৰ পিৰা ৰজা আদি দেখিলে আইসকলৰ চিত্ৰকলালৈ স্বাভাৱিক ধাউতিৰ পৰিমাণ অনুমান কবিৰ পাৰি।
 আমাৰ প্ৰাচীন কামৰূপৰ বাণৰজাৰ দুহিতা উষাৰ সখী চিত্ৰলেখাই ভাৰতৰ সকলো ৰজা-মহাৰজা, ৰাজকোঁৱৰ আৰু যদুবংশধৰ-সকলৰ চিত্ৰ আঁকি সখী উষাৰ আগত ধৰিছিল বুলি পুথিত পোৱা যায়। ইয়াৰ পৰা সেইকালৰ কামৰূপৰ চিত্ৰ বিদ্ধা-চৰ্চ্চাৰ অলপ

सुखबन्ध

 जिन चीजोंको हम देखते हैं, उनसमेंसे जो हमें ज्यादा पसन्द आती हैं—सहजही हमारे मानसपट पर अंकित हो जाती हैं और स्वभावत: हम अपनी पसन्द की चीज अपने लोगोंको दिखाना चाहते हैं। इस दिखानेकी एक मात्र क्रिया, उस बस्तुका अंकन कर दिखलाना; यही चित्रकला है। वर्णन से चित्रज्ञान सहज-बोधगम्य है और यह चित्रकला मानव की अविकसित अवस्था में भी थी जो आज मानव-विकासके साथ साथ बिकसित हो गयी है।
 आदिम-युग में मानव, पशु पंक्षियों और पेड़-पौधों आदि का तथा अपने प्रेमी-प्रेमिका, बन्धु-बान्धव, मित्रादियों की पहिचान के लिये उनका चित्रांकन या प्रस्तर मूर्तियों का निर्म्माण किया करते थे।
 कितने ही लोगों का यह कहना है कि आदि चित्रकार—मातृ-जाति है। प्रस्तर-युग में जब मनुष्य शिकार पर ही अपना जीवन-यापन करता था—उस समय कन्दराओमें रहेनवालो स्त्रियाँ शरों के तूखीरों पर और अन्य वसुप्रों पर पशु-पक्षियों के तथा फूल-पत्तियाँ अंकित किया करती थीं बुनने के काम को प्रारस्थ करनेवाली साताये भी आदि में फुल-पत्तियोंके चित्र खींचना सीखती थीं। पत्यर को समान कर चित्र खींचने के काम में भी स्त्रियां पुरुषों से किसी प्रकार कम न थीं।

 आज भी इसारे भारतीय हिन्दु घरोंमें स्त्रियोंके चित्रकला के प्रति प्रेमका उदाहरण मिलता है। घरों की दीवारों