পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৵৹ )

প্ৰমাণ পোৱা হয়; কিন্তু তাৰ নিদৰ্শনহে সঠিককৈ আঙুলিয়াব নোৱাৰি!
 চিত্ৰ-শিল্পৰ উন্নতিৰ লগে লগে ভাৰতৰ চিত্ৰবোৰত দাৰ্শনিক ভাৱ ফুটি উঠিবলৈ ধৰে। ভাৰতৰ মানুহ স্বাভাৱিকেই দাৰ্শনিক; সেই কাৰণে ভাৰতৰ প্ৰায়বোৰ চিত্ৰ দাৰ্শনিক ভাৱপূৰ্ণ হৈ উঠে। খৃঃ পূঃ তিনি হাজাৰ বছৰ আগৰ মহেঞ্জোদৰো আৰু হাৰাপ্পাৰ মূৰ্ত্তি আৰু চিত্ৰবোৰতো সেই ভাৱ দেখা যায়।
 বৌদ্ধযুগত বহুত চিত্ৰ খোদিত হয়।[১] ঐতিহাসিক পণ্ডিত তাৰানাথে বৌদ্ধচিত্ৰক তিনি শ্ৰেণীত ভাগ কৰে—দেৱ, যক্ষ আৰু নাগ। তেওঁৰ মতে খৃঃ পূঃ ৬ষ্ঠ শতিকাৰপৰা খৃঃ পুঃ ৩য় শতিকালৈকে দেৱভাৱৰ চিত্ৰ মগধত অঙ্কিত হৈছিল। খৃঃ পৃঃ ৩য় শতিকাৰপৰা খৃঃ ৩য় শতিকালৈকে অলৌকিক ভাৱৰ আৰু ভূত-প্ৰেত আদিৰ যক্ষ নামৰ চিত্ৰবোৰ তৈয়াৰ হৈছিল। কণিষ্কৰ পাছত মধ্যভাৰতত নাগবংশীয় ৰজাসকলে ৰাজত্ব কৰে। ৩য় শতিকাৰপৰা ৯ম শতিকালৈকে তৈয়াৰ হোৱা ভাৰতীয় চিত্ৰবোৰক নাগ ভাৱৰ বোলে।[২]
 কুশান আৰু নাগবংশীয় ৰজাসকলৰ দিনত উত্তৰ-ভাৰতৰ পূব, মধ্য আৰু পশ্চিম এই তিনি ঠাইত চিত্ৰ-চৰ্চ্চাৰ তিনটা প্ৰধান কেন্দ্ৰ হৈ উঠিছিল। খুঃ পৃঃ ৩য় শতিকাৰ মগধৰ মহাৰজা বিন্দুসাৰৰ দিনত

पर अनेक प्रकारके चित्र खींचना मट्टीके बर्तनों पर चित्रांकन, दुलहिन को जेवर पहनाते समय मंडल बनाना, घर-वरणके पाट को रंगना इत्यादि से हम सहजहा में अनुमान कर सकते हैं कि चित्रकला में माढजाति भो कितना जिज्नासा है।
 प्राचीन काल के हमारे इस कामरुप में बाण राजा की दुहिता ऊषा की सखी चित्रलेखा भारतके प्रत्यक राजा-महाराजा और राजकुँवरों के चित्र अंकित कर राजकुमारी ऊषा को दिखलाती थी; ऐसा कई पुस्तकों में मिलता है। इस बात से कामरूपमें उस काल की चित्रकला की चर्चाका कुछ प्रमाण अवश्य मिलता है; किन्तु इसका निदर्शन ठीक तरहसे नहीं किया जा सकता।
 चित्रकला भी ज्यों ज्यों उन्नत होती गई उसमें दार्शनिकता के भाव प्रकट होने लगे। भारतीय जन स्वभावतया दार्शनिक हैं; इसलिए प्रायः भारतीय चित्र भी पूर्णतः दार्शनिक ही मिलते हैं। ईसवो सन्‌ के तीन हजार वर्ष पूर्व की सभ्यताके मोहेंजोदड़ो और हड़प्पा में निकले हुए पत्थर पर अंकित चित्रों और मूर्तियों में भी यही भाव दिखाइ पड़ता है।
 बौडकालमें बचुत चित्रों और मूर्तियों का निर्माण हुआ है।[৩] ऐतिहासिक विशेषज्ञ पं० तारानाथ ने बीड़-चित्रों का देव, यज्ञ और नाग इन तीन श्रिणियों में विभाजन किया है। उनके मतानुसार ई० पू० ६ठी सदी से ई० पू० ३री सदी तक मगधमें

  1. প্ৰাচীন চিত্ৰকৰসকলৰ নিজৰ অঙ্কিত চিত্ৰৰ তলত নাম খোদিত কৰাৰ দস্তুৰ নাছিল সেই কাৰণে চিত্ৰকৰসকলৰ নাম পোৱা নাযায়।
  2. অমৰাৱতীৰ খোদিত চিত্ৰবোৰ নাগাৰ্জ্জুনৰ সময়ৰ
  3. प्राचीन चितरकारी में अपने द्वारा अंकित चित्रों पर अपना नाम देने की प्रथा नहीं थी; इसलिए चित्रकारों का नाम उनमें नहीं मिलता है।