পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৮২ )
 মৃগ।  পক্ষীসব সৰোবৰত চৰিছা।
কৃষ্ণে গোপগৰুসমে বৃন্দাবন
প্ৰবেশ হইছা।
ৰাম। সুদাম।  

মনোহৰ বৃন্দাবনত কৃষ্ণ-বলভদ্ৰ আদি গোপবিলাক মনৰ আনন্দে সোমাইছে।

बृन्दावनमें कृष्ण-बनभद्र आदि गोपबालकगण आनन्द मनसे प्रवेश कर रहे हैं।

গোপসবে বাহুযুদ্ধ কৰিছা। বলভদ্ৰে গোপক তুলি ধৰিছা। কৃষ্ণে কৃষ্ণে নৃত্য কৰিছা। শ্ৰীদাম। সুদাম।