পৃষ্ঠা:চাণক্য.pdf/৫১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৩৪ ) অতি মৃদু ভাৰ ভৈলে নুহি ভাল,(৭৩) কেহো তাক ন উৰাই । যেন কুহিয়াৰ তিতা কেছা নাই মিঠা পায় সবে খায় ॥ কদলী বৃক্ষ ক চিলা কেসে যেবে চম্বা লেয়ো মাৰে ঘাৱ । যেহেন শি লক ডাঙ্গৰে না কটে বোলে জানো ভাঙ্গে দাৰ ॥ সাধু সমস্তেয়ো ধৰ্ম্মকে সে চিন্তে (৭৪) আহাৰ ক নিচিন্তয় । অহাৰ জাসিয়৷ অগে দেখা দে ই মনুষ্য পাছে হয় । মাতৃৰ গৰ্ভত যেতিয়া থাকয় আগে দেখা দেই স্তন । (৭৩) ... ... ... ... হীন পুৰুষক নাহিকে অপেক্ষা ভালমুখে নেদে মাত । ইহাৰ কাৰণ কছে শুনিয়োক দেখিয়া আছা সাক্ষাত–মাধৱদাস। ৭ে৪) গন্থতুষঃ পুৰ্বং বৃত্তিং কল্পিতৰা পয়ঃ শেষ বৃত্তি বিধানাল্প সকিংনুপ্তোইথবা মৃত্তঃ ।