পৃষ্ঠা:চাণক্য.pdf/৪৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


( ২৭ ) প্রাণী উপকাৰ ধৰ্ম্মক জানিযে ন কৰিব বহু গৈদ্য। আপোনাৰ গুণ ঔক'ক নেৰিব সেহি সে ৰাজাৰ বৈদ্য ॥ সমস্ত শাস্ত্ৰৰ । তত্ত্ব জানিবে ক (৫৯) জপ হোম কৰ নিত । আশীৰ্ব্বাদ কৰে। নিতে যিটো জন, সেহি বীজ পুৰোহিত । ৰাজনীতি কথা নৃপতি সবৰ কহিলোহো এহিমান । অন ক থ। যেবে। কহে৷ শুনিয়োক বিদ্যাৰ যেন প্রমান ॥ ডাহিন পৰি ক আগে থাপিবেক (৬০) পাচে দিবে বাম পায় । যিটো বুদ্ধিমন্ত আগ পাচগুণি চলিবেক এ হি ভয় ॥ (৫৯) বেদ বেদাঙ্গ ও স্বপ্নে জপ হোম পৰায়ণঃ আশীৰ্ব্বাদ বচোযুক্ত এধ রাজ পুবোহিতঃ। (6•) চলত্যেকেন পদেন তিষ্ঠত্যেকেন বুদ্ধিমান। "া সমীক্ষ্য পৰং স্থানং পূন্মায়তনং ত্যজেৎ ॥