পৃষ্ঠা:চাণক্য.pdf/৪৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


( ২৬ ) মানুষ চিনিয়া দিবাক জানিব ন লাগে যেন হৈবাক ॥ ভীষ্টা কুঠীয়া চোৰ নহৈবেক হৈব আতি শুদ্ধমতি । বস্তু অধিকাৰী তাহাক ভাণ্ডাৰী পাতিব তাক নৃপতি সুন্দৰ শৰীৰ । লাৱন্য হৈবেক (৫৮) শুদ্ধ সত্ব হৈব অতি । নিয় ম আচাৰ সমহ জানিব হৈবেক উত্তম জাতি ৷ প্রস্রাব কৰিয়া। জল আচাৰিয়া হাত ধুই বান্ধিব চুলি! কুটনাট মন্ত্র একে নজানিব সেহিটো ৰাজ তামূলী ॥ ঠাক ঠিক চাই মৰন জীবন কহিবেক পাৰিবেক । মন্ত্ৰ তন্ত্র নানা ঔষধ প্ৰকাৰ অসংখ্যাত শিখিবেক ॥ (৫৮) আয়ুর্বেদ ক্কতাভ্যাসঃ সৰ্ব্বেষাং প্ৰিয়দৰ্শনঃ জাৰ্য্যশীল গুণোপেত এয বৈদ্যো বিধীয়তে।