পৃষ্ঠা:চাণক্য.pdf/৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পাতনি। আজিবাদি ভাৰতবৰ্ষৰ ভিতৰত অসমীয়া জাতিৰ নিচিনা নগণ্য জাতি নাই বুলিল ও বঢ়াই কোব। নহয় । যি অতি নগণ্য তাৰ ভাষা আাক সাহিত্য ও ষে লেখব বা জ তাক কোৱাৰ সকাম। নাই। বি স্ব দৃশ ৰ আঠশ বছণৰ পৃষ্ণুলৈবে সামাৰ দেশৰ মাস্তুহৰ মাৰু তেওঁবিলাকৰ ভাষা আৰু সাহিত্যৰ সে এনে। শোচনায় অবস্থা নাছিন তাক । বুৰগ্ৰীব পাঠক মাত্রেই জানে। যি দেশৰ মানুহক আৰংবেৰ নিচিনা প্ৰৱল প্ৰতাপী দিল্পীৰ স নাটে সদৌ চেষ্টা কৰিও বৰতলীয়া কৰিব নোৱাৰিলে, যি দেশব বঙ্গাই কুকক্ষে বৰ যন্ধত বীৰ বুলি প্ৰতিগণিত হৈছিল আৰু যি দেশৰ বজাষ্ট নণন্দাৰ মেলাত শিলাদিতাৰ সমানে মান পাই চিল, সেহ । দেশ যে এ সময়ত ভাৰতবৰ্ষৰ ভিতৰত এখন প্রসিদ্ধ দেশ আাছিল তাক কোনো নিৰপেক্ষ মামুহে অন্ধীবাৰ কৰিব নোৱাৰে। যি দেশৰ ভাষা অ্যাক সাহি ত্য আলোচনা কৰি ডাক্তৰ গ্রিয়াচনৰ নিচিনা এজন বিদগ্ধ পণ্ডিতও, এসময়ত অসমীয়া। সাহিত্য বঙ্গদেশৰ সাহিত্যতকৈয়ো চহকী আছিল বুলি মত প্ৰকাশ কৰিছে, সেই ভাষা আৰু সাহিত্য যে এসময়ুত অতি সমৃদ্ধি শালী আাছিল তাক আওকথকী মানুহত বাহিৰে কোনেও মুই মকবে। বি স্তু আমি আজিকালি “পত পৰি কলীয়া হৈছে। মাক তেল নাই কিয়াত ফপৰীয়া হৈছে” । অসমীয়া জাতিছে, অসমীয়া ভাষাই অাৰ অসমীয়া সাহিতাই অাকৌ ই গৌৰৱ