পৃষ্ঠা:চাণক্য.pdf/৩১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


( ১২ ) বিস্তৰত আাশাঁ অলপতে হয়ে তুষ্ট । (২৩) পাৰে যদি ভোজন কৰয় হৃষ্ট পুষ্ট ॥ নপালেয়ো মনত নাহিকে অপমান। পৰিলে অসেনিদ্র। লগতে চেতন ৷ গৃহস্থৰ ভক্ত একো বচন নবাধে। পাৰে বা নোৱাৰে যেই বোলে তাকে সাধে ॥ নাহিকে কোমল বাক্য স্বভাবে দুৰ্জন । আত্মাত নাহিকে সত নুবুজিয়া মন । জাতিত অধম পশু জ্ঞানত বিস্তৰ । ভালক নোচোৱে জানি নপসয় ঘৰ ॥ এহি ছয় গোটা গুণ হৈব কুকুৰৰ " + এবে তিনি গুণ কহো শুনা গর্দভৰ ॥ (২৩) বস্থাশী স্বল্প সন্তুষ্টমুনিদ্ৰঃ শীঘ চেতনঃ প্রভুভক্তশ্চ মূৰ জ্ঞাতব্যাঃ ঘই শুনো ওলাঃ অন্তত নাহিকে ৰতি মুৰুজ মন। —-পাঠান্তৰে ওপৰঞ্চি এহি ছ: গোটা গুণ জানা মমুঘ্যব। পৰমচতুৰ বুদ্ধিমন্ত যিটো নৰ ॥ অন্নত্তে সঙ্কোষ হোৱে নোখোজয় তাল । অল্প নিজা হৈব জানিবস্তু তত্বকাল ॥