পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
চাকৰি ক'তেনো পাম?

 এইখিনিতে এইটো কথা উল্লেখ কৰাৰ দৰকাৰ অনুভৱ কৰিলো যে যদিও ‘মেট্ৰিক’ পাছকৰা সকলৰ বাবে এই পৰীক্ষা পতা হয়, উচ্চতৰ ডিগ্ৰীধাৰী এজনেও এনে পৰীক্ষাত বহাত কোনো বাধা নাই। কামৰ ধৰণ দেখা পাই কোনোবাই যদি মনে মনে ভাৱে যে স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰীধাৰী হৈ এইবোৰ কাম কৰিব পাৰিনে তেন্তে ব্যৱহাৰিক পৃথিৱীখনৰ এটি কঠিন সত্য আমি মনত ৰখা ভাল — Beggars have no choice.

Combined Higher Secondary
Examination (CGHL)

  • Postal Assitant (PA)/Sorting Assistant (SA)
  • Data Entry Operator (DEO)
  • Lower Division Clerk (LDC)
  • Court Clerk (CC)

 ইত্যাদি চাকৰিৰ বাবে লোৱা পৰীক্ষা।

 যদিও এই পৰীক্ষা ‘হায়াৰ ছেকেণ্ডাৰী’ পাছকৰা সকলৰ বাবে পতা হয়, উচ্চতৰ ডিগ্ৰীধাৰী এজনেও এনে পৰীক্ষাত বহাত কোনো বাধা নাই।

Combined Graduate Level
Examination (CGL)

  • Assitant in all central Ministries like Railway, Ministry of External Affairs (MEA), Ministry of External Affairs (Cypher), Information Bureau (IB) etc
  • Assitant in AFHQ (Armed Forces Head Quarters)
  • Assistant in CSS (Central Secretariat Service)
  • Assistant in CVC (Central Vigilance Commission)
  • Tax Assistant in CBEC (Central Board of Excise and Customs)
  • Tax Assistant in CBDT (Central Board of Direct Taxes)