পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
চাকৰি ক'তেনো পাম?

বয়সৰ উৰ্দ্ধতম সীমা ২৭ বছৰ আৰু যিটো পাছ কৰিলে প্ৰায় ৫০,০০০ তকৈ বেছি টকাৰ দৰমহাৰে চাকৰি এটাৰ আৰম্ভণি হয়। অৱশ্যে SC, ST, OBC আদি শ্ৰেণীভুক্ত প্ৰাৰ্থীৰ বাবে বয়সৰ উৰ্দ্ধতম সীমা শিথিলকৰণৰ ব্যৱস্থা আছে।

 বহুতৰ মনলৈ প্ৰশ্ন আহিব পাৰে — চাকৰিবোৰ বা কেনেকুৱা? স্তৰ অনুযায়ী কামৰ ধৰণ অথবা কিছু চাকৰিৰ নাম তলত উল্লেখ কৰা হ'ল। সকলোবোৰ উল্লেখ কৰা আমাৰ পক্ষে সম্ভৱ নহ'ব। তদুপৰি সেইখিনি ইংৰাজীতেই ৰখা হ’ল। কোনেও যেন দায়-দোষ নধৰে, কাৰণ আমাৰ মুখ্য উদ্দেশ্য ছাত্ৰ-ছাত্ৰীসকলক কিছু তথ্যৰ যোগান ধৰাহে কোনো সাহিত্যসেৱা নহয়।

Multi Tasking Staff Examination (MTS)

  • Physical maintenance of records/files of the section you are posted
  • General cleanliness and upkeep of the section/unit
  • Carrying of files and other papers within the building
  • Photocopying, sending of FAX etc.
  • Other non-clerical work in the section/unit
  • Assisting in routine office work like diary, despatch etc. including on computer
  • Delivering of 'dak' (outside the building)
  • Watch and ward duties
  • Opening and closing of rooms
  • Cleaning of rooms
  • Dusting of furniture etc.
  • Cleaning of building, fixtures etc.
  • Work related to candidate's ITI qualifications, if it exists
  • Driving of vehicles, if in possession of valid driving license
  • Upkeep of parks, lawns, potted plants etc.
  • Any other work assigned by the superior authority.

 ইত্যাদি কামৰ চাকৰিৰ বাবে লোৱা পৰীক্ষা।