পৃষ্ঠা:চন্দ্ৰাৱলী.djvu/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
চন্দ্ৰাৱলী।

(গীত)
মিশ্র-খাম্বাজ—কাৱালী।
চোৱাঁহি চোৱাঁহি আজি যুগল তৰা,
ইটিয়ে সিটিক ধৰি
আকাশ মুকলি কৰি
মধুৰ ভাবেৰে আজি শােভিছে ধৰা ।
ফুলিছে কোমল ফুল,
ধৰণী গৈছে ভােল,-
কোমল কিণে আজি জগত ভৰা ।
⸺⸺

যৱনিকা পতন

⸺⸺