পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১ম দৰ্শন, ]
১২১
চক্ৰধ্বজসিংহ,

এতিয়াই মোৰ লগতে সেনাপতিৰ ওচৰলৈ যাব লাগে।

 ৰচিতখাঁ। (দূতক) “নিকালো আভি! তোমাৰা ৰাম- সিংহকু বোল দেও, চইতানকু মলুক মে যানেকু! হম উস্ কা নৌকৰ নেহি। ”

 দূত। জোনাব! আপুনি সেনাপতিৰ হুকুম অমান্য কৰি ভাল কৰা নাই।

 ৰচিতখাঁ। “তোম কোন হ্য়ায়, হামকু এইস্যা বাত বোলনেকু? নিকাল! নাহি তো--( ফাকৰপৰা তৰোৱাল উলিয়ায় )

[ দূত আৰু দুৱৰীৰ প্ৰস্থান।

“হাম ৰামসিংহকা তাবেদাৰ হোকে হিয়া নাহি লড়াই কৰেঙ্গে। লাও চিৰাজি! গাও গান। ”

[ পটপৰিবৰ্তন।

___________