“গোপাল গোসাঞী তথা সভা কৰিলন্ত।
দুই ভট্টাচাৰ্য্যা সমে তথা বসিলন্ত।
গাপালে বুলিলা সখি পঢ়া ভাগৱত।
কবিৰত্নে ভাগৱত পঢিলা সভাত॥৫৭
ভাগৱত শুনি প্ৰেম ভৈল গোপালৰ।
নিশবদে শুনে সব লোক নিৰন্তৰ॥
প্ৰেমে বিয়াকুল হেল গোপাল গোসাঞি
বস্ত্ৰ স্বৰ্ণ দিয়া বুলিলন্ত সভা চাই॥৫৭২
ভাগৱত আচায্য নাম ৰ তোমাৰ
শুনিয়া লোকৰ ভৈল আনন্দ অপাৰ
ভট্টাচাৰ্য্যে বুলিলন্ত কবি শুনিয়োক।
গাপাল য* মশ্ৰ নাম *মাৰ *য়াক ৫৭৩
হয়াৰ *ৰ আৰু এটি *** লয় “মিশ্ৰ এ* উপাধিতে আমাৰ দেশ প্ৰম** নাকি** আছিল পাচতাহে *** হৈছে। গাপাল মিশ্ৰই খুদিয়াত সত্ৰ স্থাপন কৰে আৰু শিষ্য কৰাই সেই বিষয় নীলকণ্ঠ দাসে এই গৰে লিখিছে ণ
শ্ৰীগোপাল মিশ্ৰ যেবে পূব দিশ হৈল
খুদিয়া স্থানত নামসত্ৰ পাতি ৰৈল
খুদিয়া সত্ৰ এতিয়াও আছে আৰু সহ ** কামৰূপৰ নলবাড়তি ‘পূবদিশে” মানে পাটবাউসীৰ পূব ফালে। গোপাল মিশ্ৰ প্ৰথমতে দামোদৰ দেৱৰ লগত পাটবাউসাত আছিল। শ্ৰীযুত লবনুৰাম চৌধুৰীয়ে প্ৰকাশ কৰা ভট্টদেৱে লিখা সৎসম্প্ৰদায় কথাৰ ৩৯ পিঠিত দামোদৰ দেৱৰ প্ৰধান ১২ জন ব্ৰাহ্মণ শিষ্যৰ বিষয়ে এই দৰে লিখিছে