পৃষ্ঠা:গুৰুদক্ষিণা.djvu/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় দশন যমপুৰী চিত্ৰগুপ্ত, দুত ও পীসকল যচিত্ৰগুপ্ত! চোৱাচোন আজি কা কা আনিষ | লগা হৈছে। চিং-জি প্ৰায় এক কোটিমান অন হল। য-পাপ-পুণ্যৰ হিচাব কৰিলানে? চিঃ : ধৰ্মৰাজ! পাপ-পুণ্য অনুসৰি সকলোৰে ঠায়ে-ঠয়ে | ৰখা হৈছে। ফ-বিমান বালাই হল? চিলছে বহত হল, পিচে এটাৰ বিচাৰ হে ঠিক | কৰিব পৰা নাই। ফ লে নতুন নে পুৰণি দি? চিঃপূৰণি।