পৃষ্ঠা:গুৰুদক্ষিণা.djvu/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সেইদৰে তাৰু বিচাৰ কৰি ধই ৰাখে। সেই নিমিত্তে যমৰ অপৰাধ কি? শৌ-মুনিৰ পুত্ৰই অনুসাৰে যদি পাপত পৰি | আছে, তেৰে উৰ কৰি অনাৰ উপায় কি? শিবিৰ নাম ভক্তিৰে এবাৰ ললে যিমানখিনি পাণ কৰ হয়, সিমানখিনি পাপ পাণীতে এখুগতে ঋৰিব নোৱাৰে। এনেহলত নিল চকুৰে তেওঁক দেখা পালে যে, মা পাতও তৎক্ষণাৎ উৰ ব; তাৰ এক ধনিয়ামানো শঙ্কা নাই। এতিয়া যালয়ৰ পাপীবোৰ তেওঁক দেখি উদ্ধাৰ হৈ যায় বুলিৰে মোৰ মন বৰ ব্যাকুল হৈছে। গৌঃ- এ উপায়? শি-উপায় ৰ হাতত। এই চাওঁতে, তেওঁ যোৱা যাত্ৰকে বিদায় দিব। যদি যমে মোনকালে বিদায় নিখিয়ে, ময়ে যাব লাগিব। এতেকে ই আমি নিলগৰপৰা চাই থাকে। (মনে এন)