সমললৈ যাওক

পৃষ্ঠা:গুৰুদক্ষিণা.djvu/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাপ—িসিনি। কপিল না আমি মুনিৰ মুৰে তোমা- লোকৰ কথা শুনিছে, মোৰ সোণাইইত, তোমালোক ক পুৰুষ নোহোৰ। আমাৰ দুখৰ কথা কি কম? তোমালোক অবামী সকলো নাই দেখোন। এই ফালত আমিও যৰি যোৱা হলে তালেই ছিল। কেৱল শোৰু দুখৰ গৰ ববলৈ হে জীয়াই আছে। | (লোন) -এই শোক পৰিহাৰ কৰক। আপোনালোক দুইকে। বেজাৰ কৰা দেখি মনত বৰ দুখ পাইছে। আপো- নাৰ পুত্ৰ আমি এতিয়াই লৈ বিচাৰি আনি দিন। মনত একো শা নকৰি আনন্দ অনেৰে বহি থক। ওগে, আপোনাসকলৰ শৰপৰা মুক্ত হবপৰা আমাৰ গত এক ধন নাই। আৰু দয়া কৰি নিতে মুক্ত নকৰিলে আমাৰ ইয়াৰপৰা কৰি দাঙি বৰ শক্তি নাই। বউ, আমাৰ গাত বিশ্বাস কৰি নোক এক আমি আপোনাৰ পুৰ যতে আহ অলৈকে লৈ বিচাৰি আনি। আপোনাসকলৰ ৰে লেখি আমাৰ মনত ৰজা লাগিহে। যে আৰু মাতৃ নবী! আপোনাসকলে একে চিনবিৰ।