সমললৈ যাওক

পৃষ্ঠা:গুৰুদক্ষিণা.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

থাকে? তোমালোক এখন্তেকা নেদেখি থাকি নোৱাৰে; এক পলকে এক যুগ যেন অজু হয়। তোমালোকক নেদেখিলে গোটেইখন ৰাৰ দেখো। নেলাগে, মোৰ আচলৰ ধন আচলতে পাই। যি বিদ্যাকে শিকিব খোত, বৰতে ও আনি দিও, তাকে মনেৰে শিকি থাকা। মুনিৰাটত গৈ থাকিব নেলাগে। মই তোমালোক চকুৰ আঁৰ কৰি নোৱাৰে।। তোমালোকক বেদেখিলে পৃথিবী গোটেইখন আৰ দেখো। ফ।-আইতা, আপুৰি মোৰ মায়াত মুখ হৈছে। সংসাৰত ফেও কাৰো নহয়। সকলে মিছ মোক প্ৰাণী যদি চকুৰ আগতে সেল এৰিব গা; তেন্তে কি উপায়েৰে তাৰু ধৰি খি? চকুৰে আপোন সি প—এনে তাৰ; কি দিব্যচকুৰে সলোমশান। এতেকে মোহ পৰিহাৰ কৰি বিদায় নি। আমি তাত বেচি নি নেকে, যিনি মোনকালে পানে। আকৌ ঘূৰি আহিম। ল।•••আই, গোপাল নিতান্ত যাৰ হৈ , বা নকৰিব। এই মৃত কি কোনো