পৃষ্ঠা:গুৰুচৰিত.djvu/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় খণ্ড ব্ৰহ্মা হৰ আদি যাৰ মায়াপাশে বন্দী। ব্যাপক সাপে আহা জগতক হালি ৩৯১ মৎস্য কুৰ্ম্ম নৰসিংহ আদি যত নাম। জগতক ব্যাপি আছ৷ যাৰ মূৰ্ত্তী শ্যাম। হেন শুনি জয় জয় কৰিলা সমাজে। চতুৰ্ভিতি বেঢ়ি জয় শব্দ সব বাজে।৩৯২ জয় জয় উলী মঙ্গল লোকে কৰে। বাহাক স্মৰণে ঘোৰ সংসাৰক তৰে। অনন্তৰে কুসুমে পুছিল। এক কথা। বুঢ়াখাৰ ৰাতি ঘৰে ভৈল কেন এথা॥৩১৩ আৰৰ অনা পাঞ্চ গোটা হাঞ্চি মাৰিল। তিনি গোটা নাড়ী গাৱে মেঢ়াই ৰৈলন্ত। ৰোহিণী চান্দৰী মাধৈ তিনি হন্তে যায়। চাৰিখান হস্ত দেখিল সেহি ঠাই।৩৯৪ ইহাৰ বৃত্তান্ত গুৰু আবে কোৱা তুমি। কিছু তাৰ মহিমাক নজানোহে। আমি। সন্টায়ে বোলে। শুনা কহিবে বলে। তোমাৰ গৃহক হৰি আইল। নিজৰূপে ৩৯৫ হেন শুনি সঞ্চৰায় পাঞ্জি পুথি মেলি। কহিৰে লাগিল। কথা না শুনা বুলি। আলি বাজি পুখুৰীক কৰয় উছুৰ্গ। তাৰ কলে লোকসবে পাৰে গৈ বৰ্গ ৩৯৬