পৃষ্ঠা:গুৰুচৰিত.djvu/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় শিৰভাগে বসি তান গৰ্তত পশিল। হিল বুলিয়া তাকে সতী ননিল।৩৩৬ অনন্তৰে থান পাচে খুজিল হবে।। থাকিবোহো মই থান দিয়া তবু ঘৰে। মহা ভয় হুয়া সতী চাহিয়া আহস্ত। ত্ৰাস হুয়া তৈতে সতী জানি বসিল। ৩৩৭ নিদ্ৰাভঙ্গ হুয়া সতী চেতন লভিলা। আসিল স্বামী পাচে তাহাতে কহিলা। শুনিয়োক স্বামী দেখিলে সপোন। আমাৰ গৃহত ধান খেয়ে ত্ৰিনয়ন॥৩৮ কুসুমে বেলন্ত গুনা সতী অনুপাম। কি কাৰ্যে পুজিলো হৰ সিদ্ধি হৈবো কাম। কুসুমে বুলিলা আৰো বচন সম্বোথি। থাকিয়োক ৰঙ্গে পুত্ৰ পাইবা নৱনিধি॥৩৩৯ এইমতে হৰিষতে আছা কথা মাতে। না সভাসদসব সাবধান চিত্তে। যিমতে শঙ্কৰদেৱ গৰ্ভে জৈল স্থিতি। সাস লোক শুনিয়োক এক চিতি॥৩৪• আমাসে দশদিন যেবে বহি গৈল। গুৰুৰ তথাতে দ্বিতীয়া তিথি তৈল। লেহিলো গুৰু যাই গৰ্ভে লৈলা বাস। যত লোক সকলৰ দুখ কৈলা নাশ ৩৪১