পৃষ্ঠা:গুৰুচৰিত.djvu/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চৰিত আৰকত উদৰত তিনি ৰেখা জ্বলে। সুকোমল পান্তি তাত শোভে বক্ষস্থলে। মুখপদ্ম কৰে যেন কোটি সূৰ্য কান্তি। দন্তক দেখিয়া ডাম্বিৰ বীজ পান্তি॥৩৩১ নাসা তিলফুল মহা ৰুচিৰ চিবুক। দীৰ্ঘত্বৰ বাহু দুই বলে মোলানেক। আঙ্গুলিত উজ্জ্বন্ত অৰুণ নখ কান্তি। চোৰ পাকৰি নয় আঙ্গুলিৰ পান্তি॥৩৩২ কঙ্কণ বলয় হাতে কণ্ঠত কৌস্তুভ। চূৰ্ণ হোৱা দেখি তা মদনৰ দম্ভ। সিংহবন্ধ কণ্ঠত উত্তৰী নবগুণ। বময় কুণ্ডলে প্ৰকাশে দুই কৰ্ণ।৩৩৩ চক্ৰাকাৰ মাখা তাতে কপোল সুন্দৰ। চাকাৰ কেশৱ দেখি নিৰুপম। ৰসৰ কিৰিটি তাতে জ্বলত্তে আছয়। কোটি শশী সম সিটো ৰূপ প্ৰকাশয়॥৩৩৪ হেন মনোহৰ ৰূপ চাহি আছা তী। লাগিল ধিয়ান নচাৱয় একো ভিতি। অনন্তৰে নিয়া আৰু মহাদেৱে ধৰি। সতীৰ মাৰাত বৈসাইলন্ত লাশ কৰি।৩৩৫ যেতিৰে তুলি মাথে বৈসাইলেক যাই। লুকাইবাকি দুই বাহু আহা সতী চাই