পৃষ্ঠা:গুৰুচৰিত.djvu/৭৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বোলে আজি আৰ কৰু পাৰৰ | মীমাংসা হৈকে কালি। সভা ভঙ্গ কৰি বেয়ে চলিলা জয় মহাৰাজ বুলি॥৩৫৫৪ পিচদিনা পু | ৰাৰ সভাত ৰাজা এ এক ভৈল। সিংহাসনে বসি ৰাজা মহাজ্ঞানী | ব্ৰাহ্মণে সম্বোধি কৈল। বোলা তোমাসবে শবে কিনতে বিষম কাৰ্য কৰিলা। ব্ৰাহ্মণসকলে | আথেবেথে বোলে | কালীৰ মূৰ্তি ভাঙ্গিলা॥৩৫৫৫ বুলি শঙ্কৰ | শুনা নৰেশ্বৰ পাটবাউসী ধামত। ব্ৰাহ্মণসকলে বাদক কৰিলে নোৱাৰিলে বাদে মোক। মূৰ্ত্তিৰ চোহঙ্গা পানীত উপজা তুলি আনি পাচে তাক। মহাৰাজ আগে | দিছে সেহিচেগে | হিংসিছে তা আমাক॥৩৫৫৬ প্ৰবৃত্তি নিবৃত্তি | শাস্ত্ৰ ভিতি বেদৰ বিহিত কাম।