পৃষ্ঠা:গুৰুচৰিত.djvu/৭৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

একোকে নামানা নকৰা অৰ্চনা | প্ৰতিমা কৰি হত ৩৫৫১ বুলি শৰ | শুনা নৰবৰ অসত্য সিসব কথা। হৰিভক্ত মই তুলসী আছিয় | দৃষ্টি কৰি চাৱা। গীতা শাস্ত্ৰ চাই | এক শৰণক কৰিছে আমি প্ৰচাৰ। বিষ্ণুত বিনায় মোহোৰ মনত সকলো দেৱ অসাৰ॥৩৫৫২ কলিকালে মাত্ৰ | বোৰ সম্মত | বিষ্ণুত বাহিৰে নাই। এত দেৱদেৱী | সবেয়ে উপসি সকলো বিষ্ণুতে পাই। সাহৃত তন্ত্ৰ আৰু পঞ্চৰাত্ৰ | বেদ বেদাঙ্গ বিচাৰি।। প্ৰচাৰ কৰিছে। | ধৰ্মক বিহিছে। | মই কেনে অনাচাৰী॥৩৫৫৩ এহেন উত্তৰ | শুনি ব্ৰাহ্মণৰ মুখ মলিন হইলা। প্ৰসঙ্গত কথা | বুলিছে সৰ্বথা ৰাৰা অসন্তুষ্ট ভৈলা।