সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/৭৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

-চৰিত কৰা পৰিত্ৰাৰ মোক গুৰু কৃপাময়। এই মহা পাতকীত হয়েকি সদয়। ৩৪১৪ শ্ৰৱণ কীৰ্তন হৌক মুৰে ৰাম নাম। ভকতৰ সঙ্গ দিয়া পূৰ। মনকাম। হে এৰি গুৰু তুমি ভাতৰ গতি। মোতপৰে নাহি আন পতিত সম্প্ৰতি॥৩৪১৫ তুমি বিনে পাপক তাৰা আন নাই। কৰা পৰিত্ৰাণ মোক ক শ দৃষ্টি চাই। শৰণাগত মোক নেৰিবাহা জানি। গুৰুপদে ধৰি বোলা ৰাম ৰাম বাণী। ৩৪১৬ লড়ী অতি অমৰে না সবে নৰে | গৃহক যেবে আমি। কীৰ্থক্ষেত্ৰ কৰি | পৰম হৰিৰি | শৰে ৰঙ্গে বহিল। যত বন্ধুগণ | আসিলা তেন শঙ্কৰ শুনি কথা। গাৱে গাৱে দিলা এগাদে তুবিল শঙ্কৰে সবাকে তথা॥৩৪১৭