সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এখন। দানী নানী অতিৰিক কৰত এবা। দেৱ সমস্তৰ নকৰ আশা। হেন ৰাধৰ মহামানী আছিল। তাহাৰ যশস্য কীৰ্তি কহিবেহো কত॥২৬ পৰম গম্ভীৰ খীৰ বুদ্ধিৰ সাগৰ। হেন ৰাধৰ কিনো মহিমা অপাৰ। কতোদিন থাকি পাচে ভৈৰ পৰলোক। বন্ধু বান্ধৱৰ দেখি ভৈল মনে শোক ২৭• সূৰ্যবৰে কান্দে পৰি মহা দীৰ্ঘৰাৰে। কালে সমস্যাৰ লোকে বিহ্বল স্বভাৰে। হৰি হৰি ৰাজৰ কৈক গৈলা বাপ। কেনমতে সহিবোহহ তোমাৰ সন্তাপ ২৭১ এহি বুলি বৰে কান্দে দুখে পৰি। হৰি হৰি বাপ মোক কৈক যাহা এৰি। পুত্ৰ ভাৰ্যা আদি যত বান্ধৱসকলে। কালে নানা স্থানে সবে পৰিয়া নিলে ২৭২ সুস্থ হুয়া কতোবেলি ধৰি তিনি ভাই। লৌহিত্যৰ কাষৰক নিলা সবে যাই। চাৰিয়ে কাষৰে লোক বাই অসংখ্যাত। ঠাই ঠাই কালে আন লোক যত যত।২৭৩ চিতাখান নিৰ্মিত অগৰু চন্দনে। তিনি ভাই তাতে তুলিল তেতিক্ষণ।