সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চৰিত স্নান কৰি গৃহক আসিল শী কৰি। দিল দান দক্ষিণা বিপ্ৰৰ মন পুৰি২৬৩ কুমৰ আগে সৰ্বলোক ভৈল সুখ। বশে সকলৰ ৰজ ভৈল তা দেখি। কি কহিবো কুসুমৰ মহা ৰূপ গুণ। নজন সদৃশ দেহা শৰীৰ সুঠান॥২৬৪ সৌমবৰ্ণ শৰীৰ সুন্দৰ তাৰ কায়। দীৰ্ঘতৰ বাহু দুই অধিক সুহাই। বহ এজন মাথাগোট চক্ৰাকৃত। কুসুম নামক কহো শুনা দিয়া চিত্ত ২৬ দেৱতাসকলে যাতে কুসুম সিঞ্চি। সেহি কাৰ্য্য তাহান কুম নাম দিল। ম আনন্দে তৈতে আছে কতোদিন। ৰাধৰ পণ্ডিতৰ ভৈল আয়ু ক্ষীণ ২ চলিৰাৰ সময় ভৈলেক তান আমি। কিছু কহে শুনা যশক প্ৰকাশি। আহ্মণ সজনে শুনি প্ৰাৰ্থকে প্ৰাৰ্থত। যেই যিব খোজে বস্তু সমকে দেত্ত।২৬৭ এহৰেক পথ হন্তে আসে লোক খেদি। ভুয় ভাত হোে অতিধিক নেদি। গোধূলি সময় জৈলে হোৱে যেন সভা। কহিবেক কোননে তাহাৰ এখা॥২৮