পৃষ্ঠা:গুৰুচৰিত.djvu/৭১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাষক বুলি ৰোৰ কৰি। কাকৃতি কয় দুই শত ধৰি॥৩২২৮ নিয়োক বলো দাদা এখনি বচন। তুমি আমি আশা শবে বাও বলা আৰোবাৰ বৃন্দাবনে যাইবা চাহিলো। নাপাইলে যাইবা উলটিয়া গৈলো॥৩২২ ইবেলি বাইক মই কৰিছে বন। দিয়ো আশা যাইবে অপু বৃন্দাবন। প্ৰণামিয়া বলো দাদা ৰণত ধৰে। আনো যত তীৰ্থক্ষেত্ৰ তাকে আমি কৰে।৩২৩• দেখিব কৃষ্ণৰ ক্ৰীড়া-স্থান বিতোপন। যমুনা কদম্ব দেখিবোহো গোৱঞ্জন। শঙ্কৰে বোল ৰামৰীয় গুনা তুমি। মাখৱে সহিতে আলোচিয়া যাও আমি ৩২৩১ হেন নি মাধৱৰ নাহিল মনে। ছল ছল্প কৰি বাক্য বুলি তেনে। কেনমতে যাওঁ লগে নাই বিত বাত। ভাজিইবে নভৈলে খুলিবো আমি কান্ত॥৩২৩২ হেন শুনি ৰামৰা বুলি তেখন। যতখানি গেমানে দিব আমি ধন। মাধৱে বেলন্ত বিত্ত দিবা খৰ্টিবো। ৰে গৈ আমি কোন উপায়ে বিবা ৩২