পৃষ্ঠা:গুৰুচৰিত.djvu/৬৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দেখা এপ | বৰ বিশদ দেখিয়ে নেদেখা আখি। শান্ত সম্মত নানা ত্ব ঢাকিলে মললি। ৩১৭ সংসাৰ তৰিবে | নোৱায় নেবে গুৰুনাম নধৰোক। কৈলে পাৰে সাৰ নলৈবেক তাৰ | সঙ্গ কদাচিত লোক। যিটো গুৰুজন পৰম গহন ভকতিক দেয় দান। আপুনিয়ো তৰে আনকো নিতাৰে তাঙ্ক সল্প নাহি আন। ৩১৭১ কাম ক্ৰোধ লোভ তেজি বিটে জন | ভঞ্জয় কৃষ্ণৰ পাৰে। কৈলে নিষ্ট কৰি সেহি জন হৰি | ধৰা তাৰ পদ নাৱে। মোহ হুয়া কৰে | সংসাৰত পৰে কত নকৰে ৰতি। জানা কদাচিতো নয় সিটো একো কালে নাহি গতি ৩১৭২