সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/৬৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৃষ্ণ কীৰ্তন কৰি আহে মহানে। তিনিদিন আয় মাত্ৰ ভকতৰ সঙ্গে।২৪৭ শৰৰ বিষ্ণু নামে এই এক আছ। শয়নত ৰাত্ৰি তেহহ মৰিলন্ত পাচে। নাহি ৰোগ ব্যাধি শৰীৰত কাহ। দে দেখি দুখ বৰ কৰত শৰ।২৪৮ বোলে হেন ভাৱে লোক কেহহ নময়। ভক্তসবে দেখি বা ধৰ্ম নয়। জয়ল মনুষ্য যেন বসিয়া আহয়। নামাতে নোবেসে দেখো মৰিল বোলয়। ২৮০ শঙ্কৰে বোল ৰামৰায় শুনিয়োক। চাহি আহ কিক অগনিত দহিয়ো। হেন শুনি ৰাময় কান্ধে তুলি তৈলা। চিতা সাজি নিয়া তাকে তেখনে দহিলা ২৮৫০ হেন দেখি শঙ্কৰৰ অথ অশান্তি। এহিমতে দুখ কৰি আছা গুণি গাষ্ঠি। মাধৱে দেখিয়া শঙ্কৰক বুজায়। গৃহাম কৰিলে দেখিয়ো হেন হয় ২১ বঙ্গপিতে অগনি মহা তেমী হোয়। তথাপিতে কতো বেলা ধূম্বে ঢাকি। চক্ৰৱৰ্তী ৰাজা যেন মনে হল বাই। সেহিষতে গৃহশ্ৰমে কিছে সুখ নাই।২৮২