পৃষ্ঠা:গুৰুচৰিত.djvu/৬৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

। গুচতি কোন প্ৰাণ যাই কেতিক্ষণ | তাহাৰ মনত নাই। বিষয়ত ৰতি সদা মোৰ মতি বাউল যেন ফুৰো যাই। কৰা কৃপা মোক গতি আবে হোক সণে শৰণ দিয়ো। বোলা ৰাম ৰাম | এৰি আন কাম বিষয় বিষ তেজিয়ো॥২৮৪৪ এ অনন্ত আবে শুনা পাচকথা। যেনমতে শৰৰ ঘৰ ভৈলা তা। তিমিমাস আছিলন্ত গণকপাত। হয় শঙ্কৰ মন নপৰয় তাত ২৮৪৫ তৈৰ পৰা কুমাৰপাৰাক চলি গৈলা। মহা শহজে তৈতে এক সাইল পাকুনি ৰ মাধৱক দিল। তৈৰে পৰা নাৰায়ণ ঠাকুৰ ঘৰে গৈল।২৮৪ কুমপাৰাক পাতে শৰে গৈল। বলে চলে যাই সিটে। স্থানৰ লৈল।